বৰ্ণালীবৰ্ণাশুদ্ধি

বৰ্ণালীবীক্ষণ যন্ত্ৰ (Assamese) [ Roman: bor.na.li.bi.khyon jon.tro]
Contributed by: Biraj Kumar Kakati on 2008-04-29
1. (Material Noun-Neuter) Any of various instruments used to analyze the component parts of a sample by separating its parts into a spectrum. ◇ In a light spectroscope, light is focused into a thin beam of parallel rays by a lens, and then passed through a prism or diffraction grating that separates the light into a frequency spectrum. The intensity of light at different frequencies in the spectrum can be analyzed to determine certain properties of the source of the light, such as its chemical composition or how quickly it is moving. ◇ In a mass spectroscope, sample ions are beamed through an electric or magnetic field that deflects the ions; the amount of deflection depends on the ratio of their mass to their electric charge. The ion beam is thus split into separate bands; the collection of bands is called the mass spectrum of the sample, and can be analyzed to determine the distribution of ions in the sample. Spectroscopes are also called spectrographs.
বৰ্ণালী বিশ্লেষণ কৰিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সঁজুলিৰ যিকোনো এবিধ | ব্যৱহাৰ অনুসাৰে বৰ্ণালীবীক্ষণ যন্ত্ৰ ভিন ভিন হ’ব পাৰে | ◇ পোহৰ বৰ্ণালীবীক্ষণ যন্ত্ৰত (চমুকৈ বৰ্ণালীবীক্ষণ যন্ত্ৰ বুলিও কোৱা হয়) সমান্তৰাল পোহৰৰ ৰশ্মি প্ৰিজম এটাৰ মাজেৰে পাৰ কৰাই বিভিন্ন তৰঙ্গদৈৰ্য্যৰ ৰশ্মিবোৰ পৃথক পৃথক কৰা হয় | পিছত একে তৰঙ্গদৈৰ্ঘ্যৰ বিচ্ছুৰিত ৰশ্মিবোৰৰ প্ৰাৱল্যতা/তীব্ৰতা অধ্যয়ন কৰি পোহৰৰ উৎসটোৰ বিষয়ে বিভিন্ন তথ্য আহৰণ কৰিব পাৰি | ◇ ভৰ বৰ্ণালীবীক্ষণ যন্ত্ৰত (চমুকৈ ভৰবীক্ষণ যন্ত্ৰ বুলিও কোৱা হয়) নমুনা আয়ন ৰশ্মিটো এখন বৈদ্যুতিক অথবা চুম্বকক্ষেত্ৰৰ মাজেৰে পাৰ কৰাই দিয়া হয় | এইদৰে পাৰ হৈ যাওঁতে আধানটোৱে মূল কক্ষপথৰ পৰা সামান্য আঁতৰি যায় | এই প্ৰক্ষেপণৰ পৰিমাণ তাত থকা মূলকটোৰ ভৰ আৰু আধানৰ অনুপাতৰ সমানুপাতিক | এইদৰে আয়ন ৰশ্মি বিভিন্ন বৰ্ণালীলৈ বিচ্ছুৰিত হৈ সৃষ্টি হোৱা পটিটোক ভৰ বৰ্ণালী বোলে | পিছত এই ভৰ বৰ্ণালীৰ অধ্যয়নৰ পৰা মৌলটোত থকা বিভিন্ন আয়নৰ বিন্যাস জানিব পৰা যায় |